প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আইচিচি চেম্পিয়ন্স ট্ৰফী জয় কৰাত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জনায়
পোষ্ট কৰা হৈছে:
09 MAR 2025 10:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় ক্ৰিকেট দলক আইচিচি চেম্পিয়ন্স ট্ৰফীত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"এক ব্যতিক্ৰমী খেল আৰু এক ব্যতিক্ৰমী ফলাফল!
আইচিচি চেম্পিয়ন্স ট্ৰফী গৃহলৈ অনাৰ বাবে আমাৰ ক্ৰিকেট দলটোক লৈ গৌৰৱান্বিত। প্ৰতিযোগিতাখনৰ জৰিয়তে তেওঁলোকে আচৰিত ধৰণে খেলিলে। আমাৰ দলটোক সুন্দৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে অভিনন্দন।”
**********
MJPS/VJ
(ৰিলিজ আই ডি : 2110103)
অতিথি কক্ষ : 40
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam