প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হেৰাথ পোষ্টে উপলক্ষে কাশ্মীৰী পণ্ডিতসকলক সম্ভাষণ প্ৰধানমন্ত্ৰীৰ

Posted On: 25 FEB 2025 6:16PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি হেৰাথ পোষ্টে উপলক্ষে কাশ্মীৰী পণ্ডিতসকলক সম্ভাষণ জনায়।

এই সন্দৰ্ভত এক্সত এটা পোষ্টত তেওঁ উল্লেখ কৰে -

“হেৰাথ পোষ্টে!

এই উৎসৱ আমাৰ কাশ্মীৰী পণ্ডিত ভাতৃ-ভগ্নী সকলৰ অনবদ্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।

এই শুভ ক্ষণত সকলোৰে সুখ-শান্তি-সমৃদ্ধি আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। সকলোৰে কাঙ্খিত সপোন পূৰণ হওক, ন ন সুযোগ সৃষ্টি হওক আৰু সকলোৰে বাবে চিৰকাললৈ সুখ কঢ়িয়াই আনক।”

 

 

***

MJPS/SR


(Release ID: 2106665)