প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পাৰবেশ চাহিব সিং, শ্ৰী আশীষ ছুড, চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, শ্ৰী ৰবিন্দৰ ইন্দ্ৰজ সিং, শ্ৰী কপিল মিশ্ৰ আৰু শ্ৰী পংকজ কুমাৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
20 FEB 2025 1:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পাৰবেশ চাহিব সিং, শ্ৰী আশীষ ছুড, চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, শ্ৰী ৰবিন্দৰ ইন্দ্ৰজ সিং, শ্ৰী কপিল মিশ্ৰ আৰু শ্ৰী পংকজ কুমাৰ সিঙক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়ঃ
“দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পাৰবেশ চাহিব সিং, শ্ৰী আশীষ ছুড, চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, শ্ৰী ৰবিন্দৰ ইন্দ্ৰজ সিং, শ্ৰী কপিল মিশ্ৰ আৰু শ্ৰী পংকজ কুমাৰ সিঙক অভিনন্দন জ্ঞাপন কৰিছো। এই দলটো উৎসাহ আৰু অভিজ্ঞতাৰ এক বৃহৎ মিশ্ৰণ আৰু এওঁলোকে নিশ্চিতভাৱে দিল্লীৰ বাবে সুশাসন নিশ্চিত কৰিব। তেওঁলোকক শুভকামনা জনালোঁ।”
@gupta_rekha
@p_sahibsingh
@mssirsa
@KapilMishra_IND”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2104982)
आगंतुक पटल : 48
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam