প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৫বৰ্ষৰ আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 FEB 2025 6:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫বৰ্ষৰ আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটোক অভিনন্দন জনাইছে।
এক্সৰ এটা পোষ্টত তেওঁ কয়-
“আমাৰ নাৰী শক্তিক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰিছো! আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ ২০২৫ত বিজয়েৰে উজলি উঠা ভাৰতীয় দলটোক অভিনন্দন জনাইছো। এই জয় আমাৰ উৎকৃষ্ট দলীয় কামৰ লগতে দৃঢ়তা আৰু ধৈৰ্যৰ ফল। এই প্ৰদৰ্শনে বহু উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব। দলটোৰ সদস্যসকলক তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2099497)
आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Tamil
,
Malayalam
,
Manipuri
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada