প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঐতিহাসিক ১০০সংখ্যক উৎক্ষেপণ উপলক্ষে ইছৰোৰ অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 JAN 2025 6:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক ঐতিহাসিক ১০০সংখ্যক উৎক্ষেপণৰ বাবে অভিনন্দন জনাই ইয়াক এক অবিশ্বাস্য মাইলৰ খুঁটি বুলি অভিহিত কৰে যিয়ে আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ দৃষ্টিভংগী, নিষ্ঠা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে।
ভাৰতৰ মহাকাশ যাত্ৰাত ব্যক্তিগত খণ্ডৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত দেশে নতুন উচ্চতাত উপনীত হ’ব বুলি আস্থা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়;
“ঐতিহাসিক ১০০সংখ্যক উৎক্ষেপণৰ বাবে @isroক অভিনন্দন জনাইছো!
এই অবিশ্বাস্য মাইলৰ খুঁটিটোৱে আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ দৃষ্টিভংগী, নিষ্ঠা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে।
ব্যক্তিগত খণ্ডই সহযোগিতাত ভাৰতৰ মহাকাশ যাত্ৰাই নতুন উচ্চতাত উপনীত হ’ব।”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2097554)
आगंतुक पटल : 38
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam