প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত ত্ৰিপুৰাৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনাইছে
प्रविष्टि तिथि:
21 JAN 2025 8:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাজ্যৰ মৰ্যদা দিৱস’ত ত্ৰিপুৰাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"ত্ৰিপুৰাবাসীক তেওঁলোকৰ ৰাজ্যৰ মৰ্যাদা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। ই ইয়াৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ বাবেও প্ৰসিদ্ধ। ত্ৰিপুৰাই উন্নয়নৰ নতুন উচ্চতাত আৰোহণ কৰি থাকক।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2094734)
आगंतुक पटल : 45
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam