প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 21 JAN 2025 8:43AM by PIB Guwahati

 

ভাৰতৰ উন্নয়নৰ দিশত মণিপুৰৰ জনসাধাৰণে পালন কৰা ভূমিকাক লৈ গৌৰৱ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"মণিপুৰবাসীক ৰাজ্যৰ মৰ্যাদা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ভাৰতৰ উন্নয়নৰ দিশত মণিপুৰৰ জনসাধাৰণে পালন কৰা ভূমিকাৰ বাবে আমি অতিশয় গৌৰৱান্বিত। মণিপুৰৰ প্ৰগতিৰ বাবে মোৰ শুভেচ্ছা জনাইছোঁ।"

***

 

MJPS/SR/KB


(ৰিলিজ আই ডি : 2094732) অতিথি কক্ষ : 83