প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিকশিত ভাৰত যুৱ নেতা আলাপ ২০২৫-ৰ উদ্দেশ্য হৈছে যুৱসকলক নেতৃত্ব আৰু ৰাষ্ট্ৰ নিৰ্মাণত নিয়োজিত কৰা: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
10 JAN 2025 12:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিকশিত ভাৰত যুৱ নেতা আলাপ ২০২৫ৰ লক্ষ্য হৈছে যুৱসকলক নেতৃত্ব আৰু ৰাষ্ট্ৰ নিৰ্মাণত নিয়োজিত কৰা।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মানসুখ মাণ্ডৱিয়াই বিকশিত ভাৰত যুৱ নেতা আলাপ ২০২৫ সম্পৰ্কে লিখা এটা প্ৰবন্ধৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে;
"কেন্দ্ৰীয় মন্ত্ৰী ড০ @mansukhmandviya ভাৰতৰ পুনৰ কল্পনা কৰা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱক 'বিকশিত ভাৰত যুৱ নেতা আলাপ ২০২৫' হিচাপে অভিহিত কৰিছে, যাৰ উদ্দেশ্য হৈছে যুৱসকলক নেতৃত্ব আৰু ৰাষ্ট্ৰ নিৰ্মাণত নিয়োজিত কৰা... নিশ্চয় পঢ়িব!"
***
MJPS/ST/KB
(ৰিলিজ আই ডি : 2091845)
অতিথি কক্ষ : 56
ত এই ৰিলিজটো পঢ়ক:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam