প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৪ চনৰ দশম এছিয়া পেচিফিক ডীফ গেমছত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
10 DEC 2024 8:19PM by PIB Guwahati
আজি কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়া পেচিফিক ডীফ গেমছ ২০২৪ত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।
তেওঁ এক্সত এই সন্দৰ্ভত লিখিছে -
“কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়া পেচিফিক ডীফ গেমছ ২০২৪ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে আমাৰ ভাৰতীয় দলটোক অভিনন্দন জনাইছোঁ! আমাৰ প্ৰতিভাৱান খেলুৱৈসকলে অসাধাৰণ ৫৫টা পদক লাভ কৰি আমাৰ জাতিলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে, যাৰ ফলত ই খেলসমূহত ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হৈছে। এই উল্লেখযোগ্য কৃতিত্বই সমগ্ৰ জাতিটোক বিশেষকৈ ক্ৰীড়াৰ প্ৰতি আকৰ্ষিতসকলক প্ৰেৰণা যোগাইছে।”
****
MJPS/SR
(रिलीज़ आईडी: 2083117)
आगंतुक पटल : 63
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Telugu
,
Kannada
,
Manipuri
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Malayalam