প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
28 NOV 2024 6:52PM by PIB Guwahati
ভাৰতৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক উজ্জ্বল আৰু উৎকৃষ্ট কৰাৰ সকলো সুযোগ প্ৰদান কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।
‘মাইগভইণ্ডিয়া হেণ্ডেল’-ৰ এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়:
"আমাৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে! আৰু, আমি তেওঁলোকক সকলো সুযোগ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যিয়ে তেওঁলোকক উজ্জ্বল আৰু উৎকৃষ্ট কৰি তুলিব।"
***
MJPS/SR
(ৰিলিজ আই ডি : 2080497)
অতিথি কক্ষ : 46
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam