প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডমিনিকাৰ প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
21 NOV 2024 10:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুয়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ‘দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন’ৰ সময়ত ডমিনিকাৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰী ৰুজভেল্ট স্কেৰিটৰ সৈতে মিলিত হয়।
নেতাদ্বয়ে ‘জলবায়ু স্থিতিস্থাপকতা, ডিজিটেল পৰিৱৰ্তন, শিক্ষা, স্বাস্থ্যসেৱা, সামৰ্ত্য বৰ্দ্ধন আৰু যোগ’ৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতাৰ সুযোগ অন্বেষণৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে ‘বিশ্ব দক্ষিণ’ আৰু ‘ৰাষ্ট্ৰসংঘৰ সংস্কাৰ’ৰ সন্দৰ্ভতো মত বিনিময় কৰে।
***
MJPS/SR/KB
(रिलीज़ आईडी: 2076467)
आगंतुक पटल : 38
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada