প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে গায়ানাৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে
ক্ৰিকেটে ভাৰত আৰু গায়ানাক ওচৰ চপাই আনিছে আৰু আমাৰ সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰি তুলিছে: প্ৰধানমন্ত্ৰী
Posted On:
22 NOV 2024 5:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি কয় যে ক্ৰিকেটে ভাৰত আৰু গায়ানাক ওচৰ চপাই আনিছে আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰি তুলিছে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছে:
"ক্ৰিকেটৰ সৈতে সংযোগ স্থাপন! গায়ানাৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে এক আনন্দদায়ক বাৰ্তালাপ। এই খেলবিধে আমাৰ দেশ দুখনক ওচৰ চপাই আহিছে আৰু আমাৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰি তুলিছে।"
***
MJPS/SR/NB/BB
(Release ID: 2075994)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam