প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বড়ো সংস্কৃতি আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত বড়ো লোকসকলৰ সফলতাত ভাৰত অত্যন্ত গৌৰৱান্বিত: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
15 NOV 2024 10:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰাৰ পিছত কয় যে বড়ো সংস্কৃতি আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত বড়ো লোকসকলৰ সফলতাত ভাৰত অত্যন্ত গৌৰৱান্বিত।
এক্সত নিজৰ এটা পোষ্টত তেওঁ লিখিছে:
“আজি সন্ধিয়া দিল্লীত বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰি অতিশয় আনন্দ অনুভৱ কৰিছোঁ। ভাৰত বড়ো সংস্কৃতি আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত বড়ো লোকসকলৰ সফলতাত অত্যন্ত গৌৰৱান্বিত।”
**********
MJPS/SR
(रिलीज़ आईडी: 2075064)
आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam