প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিংক্ডইন পোষ্টত প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত ভাৰতৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত লিখিছে

পোষ্ট কৰা হৈছে: 30 OCT 2024 6:09PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভদোদৰাত চি-২৯৫ বিমান নিৰ্মাণ কমপ্লেক্স উদ্বোধন কৰাৰ পিছত আজি ছ’চিয়েল মিডিয়া ছাইট লিংক্ডইনত ‘ভাৰতৰ প্ৰতিৰক্ষা বিপ্লৱে উৰণ সম্পন্ন কৰিছে!’ (India's Defence Revolution Takes Flight!) শিৰোনামেৰে লিখা পোষ্টটোত, দেশৰ প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ গুৰুত্বপূৰ্ণ কৃতিত্ব সন্দৰ্ভত নিজৰ মতামত শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল ছাইট এক্সত দিয়া পোষ্টত লিখিছে:

"মোৰ শেহতীয়া @LinkedIn পোষ্টটো প্ৰতিৰক্ষা নিৰ্মাণত ভাৰতৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত কেন্দ্ৰীভূত। আমি আগন্তুক সময়ত এই খণ্ডটোক আৰু অধিক গতি প্ৰদান কৰিবলৈ ওলাইছোঁ।”

**********

MJPS/SS


(ৰিলিজ আই ডি : 2070036) অতিথি কক্ষ : 53