প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অগ্ৰণী উদ্ভাৱক তথা উদ্যোগপতি টি পি জি নাম্বিয়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে
प्रविष्टि तिथि:
31 OCT 2024 7:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এজন অগ্ৰণী উদ্ভাৱক তথা উদ্যোগপতি টি পি জি নাম্বিয়াৰ জীৰ বিয়োগত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে টি পি জি নাম্বিয়াৰ জী ভাৰতক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ এক বলিষ্ঠ কণ্ঠ আছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"শ্ৰী টি পি জি নাম্বিয়াৰ জী আছিল এজন অগ্ৰণী উদ্ভাৱক আৰু উদ্যোগপতি, যি ভাৰতক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ এক বলিষ্ঠ কণ্ঠ আছিল। তেওঁৰ বিয়োগত দুখ পাইছোঁ। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা।”
**********
MJPS/VJ
(रिलीज़ आईडी: 2070022)
आगंतुक पटल : 56
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam