প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ কেৱাড়িয়াত মূল উন্নয়নমূলক কাম-কাজ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 OCT 2024 9:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাড়িয়াত মূল উন্নয়নমূলক কাম-কাজ উদ্বোধন কৰে।। এই উন্নয়নমূলক কাম কেৱাড়িয়াত সা-সুবিধা আৰু অধিক বৃদ্ধি কৰিব।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"কেৱাড়িয়াত কেতবোৰ মূল উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰা হৈছে, যিয়ে অঞ্চলটোত সা-সুবিধা আৰু অধিক বৃদ্ধি কৰিব।"

***

MJPS/VJ/MS


(रिलीज़ आईडी: 2070020) आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam