প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকা: সপ্তম আন্তঃচৰকাৰী আলোচনাৰ বাবে জাৰ্মান চেন্সেলৰৰ ভাৰত ভ্ৰমণ

प्रविष्टि तिथि: 25 OCT 2024 4:50PM by PIB Guwahati

 

ক্ৰং.নং.

সন্ধি/ বুজাবুজি চুক্তি/নথিপত্ৰ/ঘোষণা পত্ৰৰ নাম

জাৰ্মানৰ হৈ বিনিময়

ভাৰতৰ হৈ বিনিময়

সন্ধি

.

অপৰাধমূলক বিষয়ত পাৰস্পৰিক আইনী সহায় চুক্তি (এমএলএটি)

শ্ৰীমতী এনালেনা বেয়াৰবক, বৈদেশিক মন্ত্ৰী

শ্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্ৰী

চুক্তিসমূহ

২.

গোপনীয় তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষাৰ চুক্তি

শ্ৰীমতী এনালেনা বেয়াৰবক, বৈদেশিক মন্ত্ৰী

এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

নথি

৩.

ভাৰত-জাৰ্মান গ্ৰীণ হাইড্ৰজেন ৰোড মেপ

° ৰবাৰ্ট হাবেক, অৰ্থনৈতিক পৰিক্ৰমা আৰু জলবায়ু কাৰ্য্য মন্ত্ৰী

শ্ৰী পিয়ুষ গোৱেল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী

৪.

উদ্ভাৱন আৰু প্ৰযুক্তিৰ ওপৰত ৰোড মেপ

শ্ৰীমতী বেটিনা ষ্টাৰক-ৱাটজিংগাৰ, শিক্ষা আৰু গৱেষণা মন্ত্ৰী (বিএমবিএফ)

শ্ৰী অশ্বিনী বৈষ্ণৱ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী

ঘোষণা পত্ৰ

৫.

নিয়োগ আৰু শ্ৰমৰ ক্ষেত্ৰত যৌথ উদ্দেশ্য ঘোষণা পত্ৰ

শ্ৰীযুত হুবাৰ্টাছ হেইল, ফেডাৰেল শ্ৰম আৰু সামাজিক পৰিক্ৰমা মন্ত্ৰী

ড০ মনসুখ মাণ্ডবিয়া, শ্ৰম আৰু নিয়োগ মন্ত্ৰী

৬.

উন্নত সামগ্ৰীৰ ওপৰত গৱেষণা আৰু উন্নয়নত যৌথ সহযোগিতাৰ বাবে যৌথ উদ্দেশ্য ঘোষণা পত্ৰ

শ্ৰীমতী বেটিনা ষ্টাৰক-ৱাটজিংগাৰ, শিক্ষা আৰু গৱেষণা মন্ত্ৰী (বিএমবিএফ)

° জিতেন্দ্ৰ সিং, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব)

৭.

সকলোৰে বাবে ভাৰত-জাৰ্মান সেউজ নগৰীয়া গতিশীলতা অংশীদাৰিত্বৰ সন্দৰ্ভত যৌথ উদ্দেশ্য ঘোষণা পত্ৰ

ড০ বাৰ্বেল কফলাৰ, সংসদীয় পৰিক্ৰমা সচিব

শ্ৰী বিক্ৰম মিশ্ৰী, বৈদেশিক সচিব

বুজাবুজি চুক্তিসমূহ

৮.

দক্ষতা বিকাশ আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতামূলক বুজাবুজি চুক্তি

শ্ৰীমতী বেটিনা ষ্টাৰক-ৱাটজিংগাৰ, শিক্ষা আৰু গৱেষণা মন্ত্ৰী (বিএমবিএফ)

শ্ৰী জয়ন্ত চৌধুৰী, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)

 

***

MJPS/SR/DB


(रिलीज़ आईडी: 2068562) आगंतुक पटल : 59
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam