প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

‘নৱৰাত্ৰি’ৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

Posted On: 05 OCT 2024 7:46AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘নৱৰাত্ৰি’ৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘাণ্টাৰ ওচৰত প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"আজি নৱৰাত্ৰিত মা চন্দ্ৰঘণ্টাৰ চৰণত শতকোটি প্ৰণাম জনাইছোঁ! দেৱীমাতৃয়ে তেওঁৰ সকলো ভক্তক এক গৌৰৱময় জীৱনৰ আশীৰ্বাদ প্ৰদান কৰক। আপোনালোক সকলোৰে বাবে তেওঁৰ ওচৰত এয়ে প্ৰৰ্থনা..."

 

***

MJPS/SR/KB



(Release ID: 2062453) Visitor Counter : 5