প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীয়ে মহালয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনায়

Posted On: 02 OCT 2024 5:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহালয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনায়।

“শুভ মহালয়া! দুৰ্গা পূজা ওচৰ চাপি অহাৰ লগে লগে, আমি প্ৰাৰ্থনা কৰোঁ যাতে আশা, মঙ্গল আৰু ইতিবাচকতাই সদায় প্ৰাধান্য লাভ কৰে। মা দুৰ্গাই আমাক সদায় সুখ, শক্তি আৰু সুস্বাস্থ্যৰ বাবে আশীৰ্বাদ কৰক।”

 

Shubho Mahalaya! As Durga Puja approaches, we pray that hope, goodness and positivity shall always prevail. May Maa Durga always bless us with happiness, strength and good health.

— Narendra Modi (@narendramodi) October 2, 2024

 

**********

MJPS/SR/SKS



(Release ID: 2061398) Visitor Counter : 13