গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

১৫ ছেপ্টেম্বৰ, ২০২৪ পৰ্যন্ত মুকলি থাকিব ‘পদ্ম বঁটা-২০২৫’ৰ মনোনয়ন পৰ্ব

Posted On: 12 SEP 2024 3:30PM by PIB Guwahati

গণতন্ত্ৰ দিৱস, ২০২৫ উপলক্ষে ঘোষণা কৰিব লগা ‘পদ্ম বঁটা ২০২৫’-ৰ বাবে মনোনয়ন/পৰামৰ্শ প্ৰদানৰ পৰ্ব ০১ মে’ ২০২৪ তাৰিখৰ পৰা আৰম্ভ হৈছে। ‘পদ্ম বঁটা’ৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ হৈছে ১৫ ছেপ্টেম্বৰ, ২০২৪। ‘পদ্ম বঁটা’সমূহৰ মনোনয়ন/পৰামৰ্শ কেৱল ‘ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল’ (https://awards.gov.in)ত অনলাইনযোগে গ্ৰহণ কৰা হ'ব।

মনোনয়ন/পৰামৰ্শসমূহ-ত উপৰোক্ত ‘পৰ্টেল’-ত উপলব্ধ ‘ফৰ্মেট’-ত নিৰ্ধাৰিত সকলো প্ৰাসঙ্গিক বিৱৰণ থাকিব লাগিব, যাৰ ভিতৰত আছে- পৰামৰ্শ দিয়া ব্যক্তিগৰাকীয়ে নিজা ক্ষেত্ৰ/অনুশাসন-ত লাভ কৰা বিশিষ্ট আৰু ব্যতিক্ৰমী সাফল্য/সেৱাৰ বৰ্ণনামূলক ৰূপত এক উদ্ধৃতি (সৰ্বাধিক ৮০০ শব্দত)।

*****

RK/VV/PR/PS/KB


(Release ID: 2054263) Visitor Counter : 49