প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত স্বৰ্ণ জয় কৰাৰ বাবে ধৰমবীৰক অভিনন্দন জ্ঞাপন
পোষ্ট কৰা হৈছে:
05 SEP 2024 7:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ প্ৰতিযোগিতাত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে আজি খেলুৱৈ ধৰমবীৰক অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে:
"#Paralympics2024 পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ ইভেণ্টত ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ জয় কৰি ব্যতিক্ৰমী ধৰমবীৰে ইতিহাস সৃষ্টি কৰিছে! এই অবিশ্বাস্য সাফল্য তেওঁৰ অপ্ৰতিৰোধ্য মনোভাৱৰ বাবে সম্ভৱ হৈ উঠিছে। ভাৰত এই কৃতিত্বৰ দ্বাৰা আনন্দিত। #Cheer4Bharat"
***
MJPS/SR/DD/BB
(ৰিলিজ আই ডি : 2052189)
অতিথি কক্ষ : 98
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam