প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰূপৰ পদক অৰ্জনৰ বাবে বেডমিণ্টন খেলুৱৈ থুলাছিমাথি মুৰুগেছনক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

प्रविष्टि तिथि: 02 SEP 2024 9:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলা বেডমিণ্টন এছইউ৫ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে থুলাচিমাথি মুৰুগেছনক অভিনন্দন জনায়।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

#Paralympics2024ত মহিলা বেডমিণ্টন এছইউ৫ ইভেণ্টত থুলাচিমাথিয়ে ৰূপৰ পদক অৰ্জন কৰাটো অতি গৌৰৱৰ মুহূৰ্ত! তেওঁৰ সফলতাই বহু যুৱক-যুৱতীক প্ৰেৰণা যোগাব। ক্ৰীড়াৰ প্ৰতি তেওঁৰ সমৰ্পণ প্ৰশংসনীয়। তেওঁক অভিনন্দন জনালোঁ"

@Thulasimathi11

#Cheer4Bharat"

***

MJPS/RT/DB


(रिलीज़ आईडी: 2051161) आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam