প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় শ্বুটাৰ ম’না আগৰৱালাক আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে অভিনন্দন জনাইছে

प्रविष्टि तिथि: 30 AUG 2024 4:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰা অলিম্পিক, ২০২৪-ত আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে ভাৰতীয় শ্বুটাৰ ম’না আগৰৱালাক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“পেৰিছ #Paralympics2024-ত আৰ২ মহিলা ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে ম’না আগৰৱালাক অভিনন্দন জনালোঁ!

এই উল্লেখযোগ্য কৃতিত্বই তেওঁৰ নিষ্ঠাৰ মনোভাৱ আৰু উৎকৃষ্টতাৰ সন্ধান কাৰ্য্যকে প্ৰতিফলিত কৰে। ম’নাক লৈ ভাৰত গৌৰৱান্বিত!

#Cheer4Bharat”

***

MJPS/ST/SB
 


(रिलीज़ आईडी: 2050255) आगंतुक पटल : 84
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Kannada , Malayalam , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu