প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘জন ধন যোজনা’ৰ দশম বৰ্ষপূৰ্তি উদযাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted On: 28 AUG 2024 1:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘জন ধন যোজনা’ৰ দশম বৰ্ষপূৰ্তি উদযাপন কৰে৷

শ্ৰী মোদীয়ে নমো এপ-ত বিত্তীয় অন্তৰ্ভুক্তি কাৰ্যসূচী সন্দৰ্ভত এক ‘কুইজ  প্ৰতিযোগিতা’ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"নমো এপ-ত জন ধন যোজনা সন্দৰ্ভত এক আকৰ্ষণীয় ‘কুইজ প্ৰতিযোগিতা’ৰ আয়োজন কৰা হৈছে। সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব! #10YearsOfJanDhan"

 

***

MJPS/RT/KB



(Release ID: 2049499) Visitor Counter : 16