প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অনুসূচিত জাতি/জনজাতিৰ সাংসদসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 09 AUG 2024 1:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুসূচিত জাতি/জনজাতিৰ সাংসদসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰি অনুসূচিত জাতি/জনজাতি সম্প্ৰদায়ৰ কল্যাণ আৰু সৱলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা আৰু সংকল্পৰ কথা দোহাৰে।

শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত লিখিছে:

"আজি অনুসূচিত জাতি/জনজাতিৰ সাংসদসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰোঁ। অনুসূচিত জাতি/জনজাতি সম্প্ৰদায়ৰ কল্যাণ আৰু সৱলীকৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি আৰু সংকল্পৰ কথা দোহাৰোঁ।"

 

***

DS/SR/KD


(रिलीज़ आईडी: 2043694) आगंतुक पटल : 69
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam