প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভিয়েটনামৰ নেতা নুয়েন ফু ট্ৰঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
19 JUL 2024 9:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সম্পাদক নুয়েন ফু ট্ৰঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“ভিয়েটনামৰ নেতা, সাধাৰণ সম্পাদক নুয়েন ফু ট্ৰঙৰ বিয়োগৰ বাতৰি লাভ কৰি মৰ্মাহত হৈছো। আমি প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। এই শোকৰ সময়ত ভিয়েটনামৰ জনসাধাৰণ আৰু নেতৃত্বৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।”
***
DS/TS/DB
(ৰিলিজ আই ডি : 2034727)
অতিথি কক্ষ : 80
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam