প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ মন কী বাত সন্দৰ্ভত পৰামৰ্শৰ আহ্বান

प्रविष्टि तिथि: 19 JUL 2024 12:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাই, ২০২৪ত অনুষ্ঠিতব্য মন কী বাত কাৰ্য্যসূচীৰ বাবে নাগৰিকক তেওঁলোকৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে।

 

তেখেতে বিশেষকৈ কেইবাজনো যুৱকে সমাজৰ ৰূপান্তৰ সাধনৰ লক্ষ্যেৰে সামূহিক প্ৰচেষ্টাক উজ্জ্বল কৰি তোলা কাৰ্য্য প্ৰত্যক্ষৰে সন্তোষ প্ৰকাশ কৰিছে।

 

তেখেতে যিসকলে এতিয়াও তেওঁলোকৰ পৰামৰ্শৰাজি শ্বেয়াৰ কৰা নাই, তেওঁলোকক মাইগভ বা নমো এপত সেয়া জনাবলৈ আহ্বান জনাইছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“২৮ জুলাই অৰ্থাৎ দেওবাৰে অনুষ্ঠিতব্য এই মাহৰ #MannKiBaat-ৰ বাবে মই অসংখ্য পৰামৰ্শ লাভ কৰিছোঁ। মই বিশেষকৈ কেইবাজনো যুৱকে আমাৰ সমাজখনৰ ৰূপান্তৰ সাধনৰ লক্ষ্যেৰে সামূহিক প্ৰচেষ্টাক উজ্জ্বল কৰি তোলা কাৰ্য্য প্ৰত্যক্ষৰে সন্তোষ পাইছোঁ। আপোনাসৱে মাইগভ, নমো এপত আপোনালোকৰ পৰামৰ্শৰাজি শ্বেয়াৰ কৰিব পাৰিব বা 1800-11-7800ত আপোনালোকৰ মেচেজ ৰেকৰ্ড কৰিব পাৰে।“

https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-28th-july-2024/

***

DS/ST/SB
 


(रिलीज़ आईडी: 2034295) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Malayalam , Bengali , English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada