প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত উৰ্চুলা ভন ডেৰ লেয়েনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
                    
                    
                        
                    
                
                
                    Posted On:
                19 JUL 2024 11:48AM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰ্চুলা ভন ডেৰ লেয়েনক ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
 
এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ বাবে তেখেত একেলগে কাম কৰিবলৈ আগ্ৰহী।
 
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
 
"ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত @vonderleyen-ক অভিনন্দন জনালোঁ। মই বিশ্বৰ কল্যাণৰ বাবে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ অৰ্থে একেলগে কাম কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ।"
 
***
DS/RT/SB
 
                
                
                
                
                
                (Release ID: 2034279)
                Visitor Counter : 103
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Hindi_MP 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam