প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ধৰ্মগুৰু দালাই লামাক ৮৯সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 06 JUL 2024 8:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৯সংখ্যক জন্মদিন উপলক্ষে ধৰ্মগুৰু দালাই লামাক শুভেচ্ছা জ্ঞাপন কৰিছে৷ শ্ৰী মোদীয়ে ধৰ্মগুৰু দালাই লামাৰ আঠু অস্ত্ৰোপচাৰৰ আশু আৰোগ্য কামনা কৰে৷ তেওঁ ধৰ্মগুৰু দালাই লামাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ধৰ্মগুৰু@DalaiLamaৰ ৮৯সংখ্যক জন্মদিন উপলক্ষে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ আঠু অস্ত্ৰোপচাৰৰ আশু আৰোগ্য, সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

***

DS/ST/DB


(रिलीज़ आईडी: 2033607) आगंतुक पटल : 80
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam