প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ সঁজাতি দলৰ

प्रविष्टि तिथि: 12 JUL 2024 8:56PM by PIB Guwahati

কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ সঁজাতি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়ঃ

কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ সঁজাতি দল এটাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ সঁজাতি দলটোত আছিল ম’ষ্ট ৰেভাৰেণ্ড এণ্ড্ৰুজ থাজাথ, আৰ.টি. ৰেভাৰেণ্ড যোছেফ মাৰ থমাছ, ম’ষ্ট ৰেভাৰেণ্ড ড° অনিল যোছেফ থমাছ কৌটো আৰু ৰেভাৰেণ্ড ফ্ৰাদাৰ ছাজিমন যোছেফ কয়িকাল৷

***

DS/TS/DB


(रिलीज़ आईडी: 2033257) आगंतुक पटल : 89
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam