প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে কে পি শৰ্মা অলীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
प्रविष्टि तिथि:
15 JUL 2024 11:39AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কে পি শৰ্মা অলীক নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ বন্ধুত্বৰ গভীৰ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰাৰ আশা প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে টুইটাৰত লিখেঃ
“নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে @kpsharmaoli আপোনাক অভিনন্দন জনালোঁ। আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বৰ গভীৰ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ বাবে আৰু আমাৰ জনগোষ্ঠীৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আমাৰ পাৰস্পৰিক লাভজনক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।@PM_nepal_”
*****
DS/SR/DB
(रिलीज़ आईडी: 2033238)
आगंतुक पटल : 80
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam