প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কেইৰ ষ্টাৰমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 JUL 2024 7:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ছাৰ কেইৰ ষ্টাৰমাৰক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি লিখিছে :

"ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত অনবদ্য বিজয়ৰ বাবে @Keir_Starmer লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বক সকলো ক্ষেত্ৰতে অধিক শক্তিশালী কৰাৰ বাবে আমাৰ ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবে মই আগ্ৰহী, পাৰস্পৰিক বৃদ্ধি আৰু সমৃদ্ধিৰ পোষকতা কৰোঁ।"

*****

DS/ST


(रिलीज़ आईडी: 2031425) आगंतुक पटल : 106
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam