প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
01 JUL 2024 9:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিকিৎসক দিৱস উপলক্ষে সকলো চিকিৎসকক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে চিকিৎসকসকলে তেওঁলোকৰ যোগ্য সন্মান লাভ কৰাটো নিশ্চিত কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।
শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰে :
"#DoctorsDay চিকিৎসক দিৱস উপলক্ষে শুভেচ্ছা। এয়া আমাৰ স্বাস্থ্যসেৱা খণ্ডৰ নায়কসকলৰ অতুলনীয় নিষ্ঠা আৰু সহানুভূতিক সন্মান জনোৱাৰ দিন। তেওঁলোকে উল্লেখনীয় দক্ষতাৰে অতি প্ৰত্যাহ্বানমূলক জটিলতাবোৰ পৰিচালনা কৰিব পাৰে। আমাৰ চৰকাৰ ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰিবলৈ আৰু চিকিৎসকসকলে তেওঁলোকৰ প্ৰাপ্য সন্মান পোৱাটো নিশ্চিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।"
***
DS/SR/DD/AT
(रिलीज़ आईडी: 2029903)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam