প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰীনগৰৰ ডাল লেকত যোগ অনুৰাগীসকলৰ সৈতে চেলফিৰ বাবে পোজ দিছে
प्रविष्टि तिथि:
21 JUN 2024 10:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল লেকত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী উপলক্ষে যোগ অনুৰাগীসকলৰ সৈতে চেলফি শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয় :
"শ্ৰীনগৰত যোগাসনৰ চেলফি পোষ্ট! ডাল লেকত অতুলনীয় প্ৰাণচাঞ্চল্য।"
*****
DS/TS/KD
(रिलीज़ आईडी: 2028827)
आगंतुक पटल : 60
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam