পোষ্ট কৰা হৈছে:
25 JUN 2024 3:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক আজি ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰীইন্দ্ৰসেনা ৰেড্ডীয়ে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ') X-ত পোষ্ট কৰিছে:
"ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰীইন্দ্ৰসেনা ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে।"
*******
DS/SRHS/BB