প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বেংকিং খণ্ডৰ ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত ‘পিএছইউ বেংক’সমূহৰ অৱদানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 19 JUN 2024 7:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইগভইণ্ডিয়া-ৰ জৰিয়তে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এলানি পোষ্ট শ্বেয়াৰ কৰি বেংকিং খণ্ডৰ ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত ‘ৰাজহুৱা খণ্ডৰ বেংক’(পিএছইউ) সমূহৰ অৱদানৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে লিখিছে:

"বেংকিং খণ্ডত কেনেদৰে ৰূপান্তৰ সাধিত হৈছে আৰু ‘পিএছইউ বেঙ্ক’সমূহে ইয়াক কেনেদৰে শক্তি প্ৰদান কৰিছে তাৰ অন্তৰ্দৃষ্টিপূৰ্ণ তথ্য।"

 

***

DS/TS/KB



(Release ID: 2026842) Visitor Counter : 30