প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পেমা খাণ্ডুক অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
13 JUN 2024 1:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী পেমা খাণ্ডুক অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
তেওঁ শপত গ্ৰহণ কৰা আন মন্ত্ৰীসকলকো অভিনন্দন জনোৱাৰ লগতে দ্ৰুত উন্নয়ন সুনিশ্চিত কৰি জনসেৱা কৰাৰ তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পেমা খাণ্ডুলৈ অভিনন্দন। লগতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো। তেওঁলোকৰ ভৱিষ্যতৰ জনসেৱাৰ প্ৰচেষ্টাৰ বাবে মই শুভেচ্ছা জনাইছো। এই দলে অধিক দ্ৰুতগতিৰে ৰাজ্যৰ বিকাশ হোৱাটো সুনিশ্চিত কৰিব।"
DS/RT/BD/DD
(रिलीज़ आईडी: 2026076)
आगंतुक पटल : 86
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam