বিত্ত মন্ত্ৰালয়

২০২৪ ৰ এপ্ৰিল মাহত ‘জিএছটি’ৰ সংগৃহিত ৰাজহৰ পৰিমাণ এই পৰ্যন্ত সৰ্বাধিক ২.১০ লাখ কোটি টকা

‘জিএছটি’ সংগ্ৰহে ২ লাখ কোটি টকাৰ অভিলেখৰ সীমা অতিক্ৰম কৰিছে

বিগত বৰ্ষৰ তুলনাত মুঠ ৰাজহ বৃদ্ধিৰ হাৰ অভিলেখপূৰ্ণ ১২.৪%

মুঠ ৰাজহ (ধন ঘূৰাই দিয়াৰ পিছত)ৰ পৰিমাণ আছিল ১.৯২ লাখ কোটি টকা; বিগত বৰ্ষৰ তুলনাত ১৫.৫%ৰ বৃদ্ধি

২৩-ৰ মাৰ্চৰ পৰা ২৪-ৰ মাৰ্চলৈ অসমত জিএছটি সংগ্ৰহত ২৫%ৰ বৃদ্ধি

Posted On: 01 MAY 2024 11:55AM by PIB Guwahati

২০২৪ চনৰ এপ্ৰিল মাহত মুঠ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ সংগ্ৰহ ২.১০ লাখ কোটি টকাৰ অভিলেখ উচ্চতাত উপনীত হৈছেই ঘৰুৱা লেনদেন (১৩.৪%) আৰু আমদানি (৮.৩%)ত হোৱা শক্তিশালী বৃদ্ধিৰে চালিত এক উল্লেখযোগ্য ১২.৪% বাৰ্ষিক বৃদ্ধিক প্ৰতিনিধিত্ব কৰে। ঘূৰাই দিয়াৰ বাবে পুঁজি আচুতীয়াকৈ ৰখাৰ পিছত এপ্ৰিল ২০২৪-ৰ মুঠ জিএছটি-ৰ পৰিমাণ হৈছে ১.৯২ লাখ কোটি টকা,  যিটো পৰিমাণে যোৱাটো বছৰৰ এই একেছোৱা সময়ৰ তুলনাত ১৫.৫% আকৰ্ষণীয় বৃদ্ধিক প্ৰতিফলিত কৰিছে।

বিভিন্ন প্ৰ-ভাগত ইতিবাচক প্ৰদৰ্শন:

এপ্ৰিল ২০২৪ৰ সংগ্ৰহৰ বিভাজন:

• কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চিজিএছটি): ৪৩,৮৪৬ কোটি টকা;

• ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছজিএছটি): ৫৩,৫৩৮ কোটি টকা;

• একত্ৰিত সামগ্ৰী আৰু সেৱা কৰ (আইজিএছটি): ৯৯,৬২৩ কোটি টকা, যাৰ ভিতৰত আছে আমদানিকৃত সামগ্ৰীৰ বাবদ সংগ্ৰহ কৰা ৩৭,৮২৬ কোটি টকা;

• উপকৰ: ১৩,২৬০ কোটি টকা, যাৰ ভিতৰত আছে আমদানিকৃত সামগ্ৰীৰ বাবদ সংগ্ৰহ কৰা ১,০০৮ কোটি টকা।

আন্তঃচৰকাৰী বুজাবুজি: ২০২৪ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা আইজিএছটি-ৰ পৰা চিজিএছটি-লৈ ৫০,৩০৭ কোটি টকা আৰু এছজিএছটি-লৈ ৪১,৬০০ কোটি টকা ভগাই দিয়া হয়। ইয়াৰ অৰ্থ হৈছে নিয়মীয়া নিষ্পত্তিৰ পিছত ২০২৪ৰ এপ্ৰিল মাহৰ বাবে চিজিএছটি-ৰ মুঠ পৰিমাণ হ’ব ৯৪,১৫৩ কোটি টকা আৰু এছজিএছটি-ৰ পৰিমাণ হ’ব ৯৫,১৩৮ কোটি টকা।

তলত চলিত বৰ্ষৰ মাহিলী মুঠ জিএছটি ৰাজহৰ প্ৰৱণতা প্ৰদৰ্শিত কৰিছে। তালিকা-১-ত এপ্ৰিল, ২০২৩-ৰ তুলনাত এপ্ৰিল, ২০২৪-ত প্ৰতিখন ৰাজ্যত সংগ্ৰহ কৰা জিএছটি-ৰ পৰিসংখ্যা দেখুওৱা হৈছে। তালিকা-২-ত এপ্ৰিল, ২০২৪-ত নিষ্পত্তিৰ পিছত প্ৰতিখন ৰাজ্যৰ জিএছটি ৰাজহৰ পৰিসংখ্যা দেখুওৱা হৈছে।

 

চাৰ্ট: জিএছটি সংগ্ৰহৰ প্ৰৱণতা

https://static.pib.gov.in/WriteReadData/userfiles/image/image00151WA.png

 

তালিকা ১: এপ্ৰিল, ২০২৪-ত জিএছটি ৰাজহৰ ৰাজ্য অনুসৰি বৃদ্ধি [১]

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

এপ্ৰিল-২৩

এপ্ৰিল-২৪

বৃদ্ধি (%)

জম্মু আৰু কাশ্মীৰ

803

789

-2%

হিমাচল প্ৰদেশ

957

1,015

6%

পাঞ্জাৱ

2,316

2,796

21%

চণ্ডীগড়

255

313

23%

উত্তৰখণ্ড

2,148

2,239

4%

হাৰিয়াণা

10,035

12,168

21%

দিল্লী

6,320

7,772

23%

ৰাজস্থান

4,785

5,558

16%

উত্তৰ প্ৰদেশ

10,320

12,290

19%

বিহাৰ

1,625

1,992

23%

ছিক্কিম

426

403

-5%

অৰুণাচল প্ৰদেশ

238

200

-16%

নাগালেণ্ড

88

86

-3%

মণিপুৰ

91

104

15%

মিজোৰাম

71

108

52%

ত্ৰিপুৰা

133

161

20%

মেঘালয়

239

234

-2%

অসম

1,513

1,895

25%

পশ্চিম বংগ

6,447

7,293

13%

ঝাৰখণ্ড

3,701

3,829

3%

ওড়িশা

5,036

5,902

17%

চত্তিশগড়

3,508

4,001

14%

মধ্য প্ৰদেশ

4,267

4,728

11%

গুজৰাট

11,721

13,301

13%

দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ

399

447

12%

মহাৰাষ্ট্ৰ

33,196

37,671

13%

কৰ্ণাটক

14,593

15,978

9%

গোৱা

620

765

23%

লাক্ষাদ্বীপ

3

1

-57%

কেৰালা

3,010

3,272

9%

তামিল নাডু

11,559

12,210

6%

পুডুচেৰী

218

247

13%

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

92

65

-30%

তেলেংগাণা

5,622

6,236

11%

অন্ধ্ৰ প্ৰদেশ

4,329

4,850

12%

লাডাখ

68

70

3%

অন্যান্য অঞ্চল

220

225

2%

কেন্দ্ৰ অধিকাৰক্ষেত্ৰ

187

221

18%

সৰ্বমুঠ

1,51,162

1,71,433

13%

 

তালিকা-2: আইজিএছটি-ৰ এছজিএছটি আৰু এছজিএছটি অংশ ৰাজ্য/ইউটিলৈ ভগাই দিয়া হৈছে

এপ্ৰিল (কোটি টকা হিচাপত)

 

প্ৰাক-নিষ্পত্তি এছজিএছটি

নিষ্পত্তিৰ পিছত এছজিএছটি[2]

ৰাঝ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

এপ্ৰিল-২৩

এপ্ৰিল-২৪

বৃদ্ধি

এপ্ৰিল-২৩

এপ্ৰিল-২৪

বৃদ্ধি

জম্মু আৰু কাশ্মীৰ

394

362

-8%

918

953

4%

হিমাচল প্ৰদেশ

301

303

1%

622

666

7%

পাঞ্জাৱ

860

999

16%

2,090

2,216

6%

চণ্ডিগড়

63

75

20%

214

227

6%

উত্তৰাখণ্ড

554

636

15%

856

917

7%

হাৰিয়াণা

1,871

2,172

16%

3,442

3,865

12%

দিল্লী

1,638

2,027

24%

3,313

4,093

24%

ৰাজস্থান

1,741

1,889

9%

3,896

3,967

2%

উত্তৰ প্ৰদেশ

3,476

4,121

19%

7,616

8,494

12%

বিহাৰ

796

951

19%

2,345

2,688

15%

ছিক্কিম

110

69

-37%

170

149

-12%

অৰুণাচল প্ৰদেশ

122

101

-17%

252

234

-7%

নাগালেণ্ড

36

41

14%

107

111

4%

মণিপুৰ

50

53

6%

164

133

-19%

মিজোৰাম

41

59

46%

108

132

22%

ত্ৰিপুৰা

70

80

14%

164

198

21%

মেঘালয়

69

76

9%

162

190

17%

অসম

608

735

21%

1,421

1,570

10%

পশ্চিম বংগ

2,416

2,640

9%

3,987

4,434

11%

ঝাৰখণ্ড

952

934

-2%

1,202

1,386

15%

ওড়িশা

1,660

2,082

25%

2,359

2,996

27%

চত্তিশগড়

880

929

6%

1,372

1,491

9%

মধ্য প্ৰদেশ

1,287

1,520

18%

2,865

3,713

30%

গুজৰাট

4,065

4,538

12%

6,499

7,077

9%

দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ

62

75

22%

122

102

-16%

মহাৰাষ্ট্ৰ

10,392

11,729

13%

15,298

16,959

11%

কৰ্ণাটক

4,298

4,715

10%

7,391

8,077

9%

গোৱা

237

283

19%

401

445

11%

লাক্ষাদ্বীপ

1

0

-79%

18

5

-73%

কেৰালা

1,366

1,456

7%

2,986

3,050

2%

তামিল নাডু

3,682

4,066

10%

5,878

6,660

13%

পুডুচেৰী

42

54

28%

108

129

19%

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

46

32

-32%

78

88

13%

তেলেংগাণা

1,823

2,063

13%

3,714

4,036

9%

অন্ধ্ৰ প্ৰদেশ

1,348

1,621

20%

3,093

3,552

15%

লাডাখ

34

36

7%

55

61

12%

অন্যান্য অঞ্চল

22

16

-26%

86

77

-10%

সৰ্বমুঠ

47,412

53,538

13%

85,371

95,138

11%

 


[1] আমদানিৰ সামগ্ৰীৰ বাবদ সংগৃহিত ধন জিএছটিত অন্তৰ্ভুক্ত নহয়

[2] নিষ্পত্তিৰ পিছত জিএছটি হৈছে ৰাজ্য/ইউটিৰ জিএছটি ৰাজহ আৰু ৰাজ্য/ইউটিলৈ ভগাই দিয়া আইজিএছটি-ৰ এছজিএছটি অংশ

 

****

NB/VM/KMN/KB



(Release ID: 2019386) Visitor Counter : 51