প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিষ্ঠা দিৱসত চিআইএছএফ জোৱানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
10 MAR 2024 5:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষেত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ জোৱানসকলক শুভেচ্ছা জনায়৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীক গৌৰৱময় আৰু ঐতিহাসিক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ! দেশৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু সতৰ্কতা অতুলনীয়। তেওঁলোকৰ পেছাদাৰিত্ব আৰু উৎকৃষ্টতাই নিৰাপত্তাৰ জগতখনত এক ডাঙৰ মাপকাঠী স্থাপন কৰিছে৷@CISFHQrs”
*********
DS/ST/DB
(ৰিলিজ আই ডি : 2016482)
অতিথি কক্ষ : 79
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam