প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নায়াব চাইনীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
12 MAR 2024 9:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নায়াব চাইনীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ হাৰিয়ানা কেবিনেটৰ আন মন্ত্ৰীসকলকো শুভকামনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;
"হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী @NayabSainiBJP জীক অভিনন্দন জনাইছোঁ। হাৰিয়ানাৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত তেওঁক আৰু তেওঁৰ মন্ত্ৰীদলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"
***************
DS/ST/KG
(रिलीज़ आईडी: 2014018)
आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam