প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলাসকলৰ অধিক সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী-আৱাস যোজনাই এক প্ৰধান চালিকা শক্তিৰ ভূমিকা গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
08 MAR 2024 3:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰ্যাদা আৰু সবলীকৰণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এখন ঘৰৰ প্ৰধান ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
নাৰী দিৱস উপলক্ষে তেওঁ কয় যে মহিলাসকলৰ অধিক সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী-আৱাস যোজনাই এক প্ৰধান চালিকা শক্তিৰ ভূমিকা গ্ৰহণ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰেঃ
"ঘৰ হৈছে মৰ্যাদাৰ ভেটি। ইয়াতেই সবলীকৰণৰ সূচনা হয় আৰু সপোনবোৰে উৰা মাৰে।
মহিলাসকলৰ অধিক সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী-আৱাস যোজনাই এক প্ৰধান চালিকা শক্তিৰ ভূমিকা গ্ৰহণ কৰিছে।"
*************
DS/SKS/KG
(रिलीज़ आईडी: 2013260)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam