প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিয়ে দুখীয়াৰ জীৱন সুখেৰে ভৰাই তুলিছে : প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 08 MAR 2024 3:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি PM SVANidhi আঁচনিৰ প্ৰভাৱ অতিকৈ দৰিদ্ৰ লোকৰ জীৱনত কেনেদৰে পৰি সেই বিষয়ত আলোকপাত কৰে

আজি নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে কয় যে হিতাধিকাৰীৰ অধিকাংশই মহিলা

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰি লিখিছে :

"পি এম স্বনিধি যোজনাই অতি দৰিদ্ৰ শ্ৰমিকসকলৰ জীৱনলৈ নতুনকৈ সুখ কঢ়িয়াই আনিছে আমাৰ বহু সংখ্যক মাতৃ-ভগ্নীও এইবোৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে"

***

DS


(रिलीज़ आईडी: 2013105) आगंतुक पटल : 105
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam