প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 MAR 2024 6:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে উল্লেখ কৰে;

"ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ সুস্বাস্থ্য আৰু দ্ৰুত আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ। তেওঁৰ শিক্ষা আৰু আধ্যাত্মিক মাৰ্গদৰ্শন বহুতৰ বাবে আশাৰ কিৰণ আৰু আমাৰ সমাজৰ আধ্যাত্মিক বিকাশ আৰু কল্যাণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম।"

***************

 

DS/ST/KG


(रिलीज़ आईडी: 2011812) आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam