প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
28 FEB 2024 8:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে বৈজ্ঞানিক মানসিকতা, উদ্ভাৱন আৰু প্ৰযুক্তি সন্দৰ্ভত তেওঁৰ চিন্তাধাৰা সম্বলিত এটি ভিডিঅ'ও শ্বেয়াৰ কৰে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ চৰকাৰে যুৱ প্ৰজন্মৰ মাজত গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰিবলৈ নিৰন্তৰ কাম কৰি আছে। বিকশিত ভাৰতৰ বাবে আমি দেখা সপোন বাস্তৱায়িত কৰাটো গুৰুত্বপূৰ্ণ।"
***
DS/ST/KB
(ৰিলিজ আই ডি : 2009836)
অতিথি কক্ষ : 122
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam