প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায়

प्रविष्टि तिथि: 20 FEB 2024 10:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে লগতে আগন্তুক দিনসমূহত ৰাজ্যখনৰ সমৃদ্ধি কামনা কৰে।


এটি এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;


“অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালোঁ। অৰুণাচল প্ৰদেশৰ জনসাধাৰণে ভাৰতৰ উন্নয়নত লক্ষণীয়বৰঙণি আগবঢ়াইছে। ৰাজ্যখনৰস্পন্দনশীল জনজাতীয় পৰম্পৰা আৰু চহকী জৈৱ-বৈচিত্ৰ্যকে প্ৰমুখ্য কৰি ৰাজ্যখনৰ সংস্কৃতি অতিশয় প্ৰশংসনীয়। আগন্তুক দিনসমূহতৰাজ্যখনৰ সমৃদ্ধি কামনা কৰিলোঁ।”

****

DS/ST/SB
 


(रिलीज़ आईडी: 2007397) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam