প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায়
प्रविष्टि तिथि:
20 FEB 2024 10:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষেৰাজ্যবাসীক শুভেচ্ছা জনাইছে। তেখেতে লগতে মিজোৰামৰ অবিৰত প্ৰগতি, শান্তি আৰু সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনায়।
এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালোঁ। মিজোৰামৰ অনন্য সাংস্কৃতিক ঐতিহ্য, ইয়াৰ মোহনীয়া সৌন্দৰ্য্য আৰু ইয়াৰ জনসাধাৰণৰ উদাৰতাৰ মনোভাৱক লৈ ভাৰত অতিশয় গৌৰৱান্বিত। পৰম্পৰা আৰু সম্প্ৰীতিৰ সংমিশ্ৰণেৰেমিজো সংস্কৃতি অতিশয় প্ৰেৰণাদায়ক। মিজোৰামৰ অবিৰত প্ৰগতি, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।”
***
DS/ST/SB
(रिलीज़ आईडी: 2007394)
आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam
,
Malayalam