প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্ডোনেছিয়াৰ জনসাধাৰণ আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰাবোও ছুবিয়ানটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 18 FEB 2024 8:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ জনসাধাৰণক সফল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অভিনন্দন জনায়, লগতে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটোলৈকো অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে:

সফল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ইণ্ডোনেছিয়াৰ জনসাধাৰণক অভিনন্দন আৰু লগতে প্ৰবোও ছুবিয়ানটোকো অভিনন্দন। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে নতুন ৰাষ্ট্ৰপতিৰ সৈতে কাম কৰিবলৈ আমি আগ্ৰহী।"

***

DS/RT



(Release ID: 2006992) Visitor Counter : 51