পোষ্ট কৰা হৈছে:
09 FEB 2024 6:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাইৰো-মালাবাৰ গীৰ্জাৰ মেজৰ আৰ্কবিশপ ৰাফেল থাটিলক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"চাইৰো-মালাবাৰ গীৰ্জাৰ মেজৰ আৰ্কবিশপ, আৰ্কবিশপ ৰাফেল থাটিলৰ সৈতে এক খুব সুন্দৰ সাক্ষাৎ হয়।"
*************
DS/RT/KG