পোষ্ট কৰা হৈছে:
09 FEB 2024 6:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন দলৰ সংসদীয় সহযোগীসকলৰ সৈতে আহাৰ গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্সত পোষ্ট কৰি লিখিছে:
"এটা আড়ম্বৰপূৰ্ণ দুপৰীয়াৰ আহাৰ উপভোগ কৰিলোঁ, বিভিন্ন দল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ সংসদীয় সহকৰ্মীসকলৰ সৈতে অতি সুন্দৰ সময় অতিবাহিত কৰিলো।"
***
DS/RT