প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
26 JAN 2024 3:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
তেওঁ কয় যে আমি সেইসকলক স্মৰণ আৰু সন্মান জনাইছোঁ, যিসকলে নিস্বাৰ্থভাৱে আমাৰ দেশৰ সুৰক্ষা দিছিল৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ৷ আমি সেইসকলক স্মৰণ আৰু সন্মান জনাইছোঁ, যিসকলে নিস্বাৰ্থভাৱে আমাৰ দেশৰ সুৰক্ষা দিছিল৷ তেওঁলোকৰ সাহস আৰু ত্যাগ অবিস্মৰণীয়৷ আমি তেওঁলোকক সন্মান আৰু কৃতজ্ঞতাৰে প্ৰণিপাত জনাইছোঁ, যি আদৰ্শৰ বাবে তেওঁলোকে থিয় দিছিল সেই আদৰ্শক ৰক্ষা কৰাৰ শপত লওঁ৷”
***
DS/RT/DB
(रिलीज़ आईडी: 2000260)
आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam